কাল বেলাকাল-বলুকাত খোজ
কাল সুন্দৰী সাপ (Assamese)
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2025-02-13
কাল সুন্দৰী সাপ (Assamese)
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2025-02-13
1. Animal(Proper Noun-Common) a mildly venomous opisthoglyphous colubrid snake found in both South and Southeast Asia. It is commonly known as golden flying snake. দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া উভয়তে পোৱা এটা কম বিষাক্ত সাপ৷ ইয়াক সাধাৰণতে সোণালী উৰন্ত সাপ বুলি জনা যায়৷জেঠী,ভেকুলী পোক আদি ইয়াৰ প্ৰিয় খাদ্য৷ ই দেহটো নিমজ হোৱাৰ বাবে ই সহজতে এদাল গছৰ পৰা আন এদাল গছলৈ বগাই যাব পাৰে৷